June 16, 2024 বিশ্বত নতুন ভাইৰাছৰ আতংক… Share FacebookTwitterWhatsAppTelegramKooEmail বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক। আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। ২৪ ঘন্টাৰ ভিতৰত শৰীৰৰ অংগ নিষ্ক্ৰিয় কৰি তুলে STSS ভাইৰাছে। শৰীৰত ঘাহ, জ্বৰ, কাহ লক্ষণ দেখিলেই সাৱধান হওঁক। Author: দৈনন্দিন বাৰ্তা Related Articles শ্ৰমদান কৰিবলৈ ইচ্ছুক শিক্ষকক দুদিনৰ বিশেষ চুটি ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ক আহ্বান গুৰুগৃহ ফাউণ্ডেচনৰ দৈনন্দিন বাৰ্তা - July 30, 2026 গুৱাহাটীৰ নাৰায়ণ হাস্পতালৰ উদ্যোগত যোৰহাট আৰু শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু ফ্লাড ৰিলিফ বিতৰণ । Narayana Superspeciality Hospital দৈনন্দিন বাৰ্তা - July 28, 2026 “মোৰ বহুত বেছি বেয়া লাগিছে, ভিডিঅ’বোৰ দেখি মনটোক বুজাব পৰা নাই।” Lovlina Borgohain দৈনন্দিন বাৰ্তা - July 28, 2026