Breaking

মঙলবাৰে এই সমূহ নিয়মেৰে পূজা কৰক ভগৱান হনুমানক, সলনি হ’ব ভাগ্য…

0 40

বিশ্বাস অনুসৰি মঙলবাৰে যদি কোনো ভক্তই নিয়মিতভাৱে বজৰংবলীক ধ্যান আৰু পূজা কৰে তেন্তে তেওঁৰ জীৱনৰ পৰা সকলো বিপদ নাইকিয়া হৈ যাব, তেওঁৰ জীৱনলা কঢ়িয়াই আনিব সুখ। একে সময়তে ভগৱান হনুমানক পূজা কৰি সাধনাৰ সকলো কামনা পূৰণ হয়। মঙলবাৰৰ দিনটো ৰামভক্ত হনুমানক উচৰ্গা কৰা হৈছে। সেয়ে মঙলবাৰে বজৰংবলীৰ বাবে পূজা আৰু ব্ৰত ৰখাৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰে যদি কোনো ভক্তই নিয়মিতভাৱে বজৰংগবলীক ধ্যান আৰু পূজা কৰে তেন্তে তেওঁৰ জীৱনৰ পৰা সকলো বিপদ নাইকিয়া হৈ যায়। হনুমান পূজাৰ উপকাৰিতা আৰু মন্ত্ৰ জানো আহক-

১) বিশ্বাস অনুসৰি যদি কোনো ৰামভক্তই হনুমানক পূজা কৰে, তেন্তে তেওঁৰ ওচৰত ভূত-পিশাচ বিচৰণ নকৰে।

২) প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমানাষ্টক পাঠ কৰা সাধকে শনি দোষৰ পৰা সকাহ পায়।
৩/ নিতৌ ৰামভক্ত হনুমানক পূজা কৰা ব্যক্তিজন প্ৰতিটো দুৰ্ঘটনাৰ পৰা সুৰক্ষিত। বিশ্বাস মতে হনুমানয়ে এজন ব্যক্তিৰ সকলো বিপদ ধ্বংস কৰে।
৪) ধৰ্মীয় বিশ্বাস অনুসৰি নিতৌ ৰামভক্ত হনুমানক পূজা কৰা ব্যক্তিয়ে সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পায়।
৫/ যদি আপুনি আৰ্থিক সংকটৰ সৈতে যুঁজি আছে তেন্তে প্ৰতিদিনে নিয়মিতভাৱে বজৰংগবলীক পূজা কৰক। ইয়াৰ লগে লগে আপোনাৰ ঘৰত ধনৰ দেৱী লক্ষ্মী বাস কৰে, যাৰ ফলত আৰ্থিক লাভৰ পথ মুকলি হয়।



Leave A Reply