Breaking

দেৱালীত নেখেলিব জুৱা ! নহ’লে শাস্তি হ’ব পাৰে আপোনাৰো…

0 32

পোহৰৰ উৎসৱ দেৱালীলৈ মাজত মাত্ৰ দুটা দিন। বজাৰ ভৰিছে ভিন্নৰঙী আলোক সজ্জাৰ পৰা মাটিৰ চাকি, আতচবাজীৰে। কিন্তু দিপাৱলীক লৈ অধিক সতৰ্ক হৈ পৰিছে অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং। কিয়নো দিপাৱলীৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানত দিপান্বীতাৰ নামত চলে জুৱা ।এই বিষয়ত এইবাৰ অধিক কঠোৰ হোৱা দেখা যাব অসম পুলিচক। শেহতীয়াকৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰ যোগে জনায় এই কথা।

Leave A Reply