Breaking

চাপৰত মানসিক বিকাৰগ্ৰস্ত ৰোগৰ লক্ষণ থকা যুৱক নিৰুদ্দেশ

0 2,031

চাপৰত মানসিক বিকাৰগ্ৰস্ত ৰোগৰ লক্ষণ থকা যুবক নিৰুদ্দেশ ,চিন্তিত পৰিয়ালে সুখবৰৰ আশাত ৰাইজলৈ কাতৰ আহ্বান । ২০বছৰীয়া ৰহমত আলী নামৰ যুবক নিৰুদ্দেশ । উক্ত যুবক জন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খন্ড কলবাৰী ৰ বাসিন্দা আছিল যুবক জন।যোৱা ৯ অক্টোবৰৰ ৰাতি ১০ বজাৰ পৰা হয় নিৰুদ্দেশবৰ্তমান লৈও পোৱা নাই কোনো সুং সুত্ৰস্থানীয় আৰক্ষী থানাত অৱগত কৰি ৰাইজকো জনায় কাতৰ আহ্বান কোনো সু-হৃদৱান ব্যাক্তিয়ে যুবক জনৰ অনুসন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা 8355819797,9957163071 নম্বৰত যোগাযোগ কৰিবলৈ বিনম্র আহ্বান জনায় পৰিয়ালৰ লোকে ।

Leave A Reply