অপৰাধ

অসমতেই অনাদৰ অসমীয়াৰ স্বাভিমান, চিলাপথাৰত জ্বলাই দিয়া হ’ল ঢোল আৰু গামোচা

ব'হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোল ক অপমান একাংশ উদণ্ড যুৱকৰ। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত। অভিযোগ অনুসৰি চিলাপথাৰৰ কেন্দুগুৰি...

Manipur Violence: সংঘাতগ্ৰস্ত মণিপুৰ ৰাজ্যত কমেও ৫৬ জন লোকৰ মৃত্যু; বৃদ্ধি হোৱাৰ আশংকা মৃত্যুৰ সংখ্যা…

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে আৰু চৰকাৰী সংখ্যাৰ বাবে অপেক্ষা কৰি আছে বুলি সূত্ৰই দাবী কৰিছে৷ মণিপুৰত একাধিক হিংসাত্মক...

সুৰা কেলেংকাৰীত ২০০০ কোটিৰ দুৰ্নীতি! কেইবাজনো ৰাজনৈতিক নেতা পৰ্দাৰ আঁৰত থকা বুলি ইডিৰ দাবী

কমেও ২ হাজাৰ কোটি টকাৰ দুৰ্নীতি। ছত্তীশগড়ৰ সুৰা দুৰ্নীতিৰ গোচৰৰ তদন্তৰ সময়ত এই দাবী বলবৎকাৰী সঞ্চালকালয়ৰ। কংগ্ৰেছ নেতা তথা ৰায়পুৰৰ মেয়ৰ আইজাজ ধীবৰৰ ভাতৃ আনোৱাৰ...

দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত শনিবাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা...

নগাঁও জিলাৰ ধিঙৰ আহোম গাঁৱত ড্ৰাগছ সহ ২ জনক আটক

ধিঙৰ আহোম গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। নগাঁও জিলাৰ ধিঙৰ আহোম গাঁৱত ড্ৰাগছ সহ ২ জনক আটক। আটকাধীন ড্ৰাগছ ব্যৱসায়ী গাড়ীৰ পৰা দৌৰি...

Popular