অপৰাধ

চুবুৰীয়াৰ বাৰীত আম ছিঙাৰ বাবেই চুৰিৰ অভিযোগত যুৱকক মাৰপিট কৰি হত্যা

চুবুৰীয়াৰ বাৰীৰ পৰা আম চুৰি কৰাৰ অভিযোগত এজন যুৱকক নৃশংসভাৱে প্ৰহাৰ কৰা হয় ৰাজস্থানৰ কোটাত। ছুৰীৰে আঘাত কৰি তেওঁৰ মৃত্যু কৰা বুলি অভিযোগ উত্থাপন...

এমাহৰ ভিতৰত মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিব তিনিচুকীয়া আৰক্ষীয়ে

তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত এমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও শীৰ্ষ জিলা পুলিচগৰাকীয়েও ফাষ্ট...

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক কি কাৰণত আকৌ গ্ৰেপ্তাৰ কৰিলে জানক…

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে। চান্দাৰ নামত শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰি কালি গ্ৰেপ্তাৰ হৈছিল চলিহা।কালি...

হাজোত নগদ ধন সহ দুধৰ্ষ ডকাইতক আটক…

হাজোত আৰক্ষীৰ জালত পৰিছে এটা দুধৰ্ষ ডকাইত। নগদ ধন সহ আটকাধীন দুধৰ্ষ ডকাইতটো হৈছে আছাদ আলী (২২)। জানিব পৰা মতে, প্ৰকাশ আগৰৱাল নামৰ এজন...

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰত জব্দ নকল টকা প্ৰস্তুত কৰা মেচিন, আটক বহুকেইজন…

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰত জব্দ নকল টকা প্ৰস্তুত কৰা মেচিন। জব্দ ৯১৬ গ্ৰাম ওজনৰ নকল সোণৰ নাওঁ আৰু বুজন পৰিমাণৰ নকল টকা। আটক মহিলা ফাতেমা খাতুন...

Popular