অপৰাধ

নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ !নিচাযুক্ত ঔষধ খিনি উদ্ধাৰ কৰাৰ লগতে ৩জনক কৰায়ত্ব…

নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ ৷ নগাঁও চহৰৰ কাষৰীয়া এলেকা নবীন নগৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ সংখ্যক ড্ৰাগ ৷ হয়বৰগাঁও...

এছটিএফৰ অভিযানত গুৱাহাটীত ভুৱা মুদ্ৰাৰ ৰেকেট জব্দ; দুজনক গ্ৰেপ্তাৰ

মঙলবাৰে এছ টি এফে মহানগৰীত এটা জালনোট চক্র উৎ‍খাত হোৱাৰ সন্দৰ্ভত আয়োজন কৰে সংবাদমেল। সংবাদমেলত জনোৱা অনুসৰি ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই দুজনক গ্রেপ্তাৰ কৰিছে...

ধুবুৰীৰ জিলাৰ শৌলমাৰী আৰক্ষীৰ অভিযানত জব্দ ৫কুইণ্টল ৭৩ কেজি গো মাংস সহ এখন বিলাসী বাহন

ৰাজ্যত অব্যাহত আছে গো মাংসৰ চোৰাং সৰবৰাহ। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱা শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকিব ৰেজাৰ নেতৃত্বত আৰক্ষীৰ...

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ…

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ। সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ। ছোমালিয়া সেনাৰ আক্ৰমণত নিহত ৩০ সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ খবৰ লাভ...

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে সদৰী কৰিলে এই তথ্য। ভাইৰেল হোৱা ভিডিঅ'টোৰ সহায়ত থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হেৰাদাস...

Popular