Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অপৰাধ
মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী
আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ
ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে
Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 23, 2024
Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।
Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 20, 2024
প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি। তাৰপিছতে নাবালিকাৰ সৈতে অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত এজন ONGCৰ কৰ্মচাৰীৰ।(Nazira ONGC employee goes to jail)
Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 20, 2024
কেৱল সংবাদমাধ্যমেই নহয়, চুমি বৰাৰ ক’লা হাতোৰাৰ পৰশ ন্যায়পালিকাৰ ওপৰতো যে পৰিছিল সেই কথা প্ৰমাণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাৰ পৰাই(Assam Online Trading Scam)। চুমি বৰাৰ ঘটনাটোত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগতে বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 19, 2024
শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে।Tirupati temple
Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 19, 2024
Cyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।
1
...
62
63
64
...
232
Page 63 of 232
Popular
প্ৰথম বাহিনী এছএছবি, সোণাপুৰত জাল ভাৰতীয় মুদ্ৰা আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত সজাগতা কাৰ্যসূচী
দৈনন্দিন বাৰ্তা
-
September 24, 2026