Breaking

Browsing Category

অপৰাধ

টেঙাখাত আৰক্ষীৰ বৃহৎ সাফল্য , অভিযানত গাঞ্জা সহ: এজনক আটক…   

 টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় । জানিব
Read More...

ব্ৰিটেইনৰ ৰজা চাৰ্লছলৈ কণী দলিয়ালে ব্ৰিটেইনৰ এজন ছাত্ৰই , আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৩ বছৰীয়া যুৱকজনক

চহৰখনৰ 'মিক্লেগেট বাৰ লেণ্ডমাৰ্ক'ত মানুহক অভিবাদন জনোৱাৰ সময়ত ৰাজকীয় দম্পতীৰ ওপৰত কণী দলিয়াই দিয়া হৈছিল। অৱশ্যে, কণীবোৰে চাৰ্লছ তৃতীয় (৭৩)ক আঘাত কৰা নাছিল আৰু বুধবাৰে য়ৰ্ক চহৰত ৱাকআউটৰ সময়ত ৰজা চাৰ্লছ আৰু ৰাণী কনচৰ্ট,
Read More...

চাপৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী…

চাপৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান যোৱা নিশা চাপৰ আৰক্ষীয়ে পুনৰ চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী । যোৱা
Read More...

গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ গৈ চৰকাৰী নথিত নিজকে মৃত ঘোষিত কৰি এগৰাকী ব্যক্তি ২৪ বছৰ পিছত আৰক্ষীৰ…

বলীউডৰ জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠী অভিনীত ‘কাগজ’ শীৰ্ষক চলচ্চিত্ৰখন নিশ্চয় চাইছে। চৰকাৰী নথি-পত্ৰত মৃত ঘোষিত হোৱাৰ পিছত নিজকে জীৱিত প্ৰমাণ কৰিবলৈ গৈ ত্ৰিপাঠী কেনে এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হৈছিল, সেই দৃশ্যাংশ নিশ্চয় পাহৰা নাই।
Read More...

ফৰিদাবাদত প্ৰেমিকে হাত-ভৰি ভাঙি প্ৰেমিকাক পথত পেলাই দিয়ে ফলত গোটেই ৰাতি কষ্ট ভোগ কৰি প্ৰেমিকা‌…

ফৰিদাবাদ অপৰাধঃ আত্মীয়ই জনোৱা মতে, ছোৱালীজনী বিহাৰৰ আৰাহ জিলাৰ বাসিন্দা। ফৰিদাবাদৰ ডাবুৱা কলনীত বাস কৰিছিল আৰু ব্যক্তিগত কোম্পানী এটাত কাম কৰিছিল। বুধবাৰে পুৱা তাই কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই আহিল।
Read More...

ব্ৰিটেইনৰ সংসদত সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা…

ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ সংসদৰ এজন সদস্যই সংসদত বহি অশ্লীল ছবি চোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাক লৈ বহু বিতৰ্কও হৈছিল। কিন্তু এইবাৰ এগৰাকী মহিলা সদস্য চাৰ্লট নিকোলাছে দাবী কৰিছে যে সংসদত ৪০ জন সাংসদৰ এখন ‘গোপন তালিকা’ আছে। মহিলাসকলক
Read More...

২০০ কোটি টকাৰ ধন ৰপ্তানিৰ গোচৰৰ বাবে জেকলিন ফাৰ্ণাণ্ডেজৰ অন্তৱৰ্তীকালীন জামিন ১৫ নৱেম্বৰলৈ বৃদ্ধি

২০০ কোটি টকাৰ মানি লণ্ডাৰিং গোচৰত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ জামিন আবেদনৰ শুনানি আজি দিল্লীৰ এখন বিশেষ আদালতত প্ৰকাশ পাইছে, যাৰ ওপৰত আদালতে কয় যে অভিনেত্ৰীগৰাকীৰ অন্তৱৰ্তীকালীন জামিন ১৫ নৱেম্বৰলৈকে অব্যাহত থাকিব।অভিনেত্ৰী
Read More...

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ৰেহাই উচ্চতম ন্যায়ালয়ৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডত জড়িত ছয় হত্যাকাৰীক ৰেহাই ঘোষনা উচ্চতম ন্যায়ালয়ৰ। দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈছিল থকা এই ছয় অপৰাধী হৈছে নলিনী শ্ৰীহাৰ, ৰবাৰ্ট পাইচ,ৰবিচন্দ্ৰন, সুঠেনথিৰা ৰাজা, চান্হান শ্ৰীহৰণ, মোৰোগান আৰু
Read More...

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণক গণধৰ্ষণৰ অভিযোগত…

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণক গণধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক আগেয়ে সোধা-পোছাৰ বাবে পোৰ্ট ব্লেয়াৰলৈ মাতি অনা হৈছিল। প্ৰাক্তন আমোলাজনক বৃহস্পতিবাৰে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ
Read More...

সতৰ্কবাণী! পুনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা, আক্ৰমণ হ’ব পাৰে ড্ৰ’ন আৰু সৰু বিমানেৰে

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাই শংকিত কৰিছে প্ৰশাসনক। মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰা হৈছে, য’ত কোৱা হৈছে যে এই সন্ত্ৰাসবাদীয়ে ড্ৰ’ন আৰু সৰু বিমানেৰে মুম্বাইত
Read More...