Breaking

Browsing Category

অপৰাধ

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদীক

এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ'ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু ৰেইহান আৰু হাবেল আলীক। কিছুদিন পূৰ্বে দুয়োকে ঘগ্ৰাপাৰ
Read More...

মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় সংগঠনটোৱে। সংগঠনটোৱে কয়– অসমীয়াৰ সমাজ
Read More...

GMCৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক আদালতত হাজিৰ

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷ গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন
Read More...

বোকাখাটৰ নাহৰজান বাগিচাত স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক

বোকাখাতৰ নাহৰজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ৷ বাগিচাখনৰ ৩নং
Read More...

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলী আৰু
Read More...

প্ৰাক্তন আইএএছ বিষয়াৰ জীয়ৰীয়ে পথৰ কাষৰ বিক্ৰেতাৰ দোকান ধ্বংস কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত…

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এগৰাকী মহিলাই পথৰ কাষৰ দিয়া বিক্ৰেতাৰ দোকান ধ্বংস কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। তাই বিৰক্ত হৈছিল যে স্থানীয় বিক্ৰেতাসকলে বন্ধৰ বতৰত তাইৰ ঘৰৰ সন্মুখত দোকান স্থাপন কৰিছিল। ঘটনাটো গোমতীনগৰৰ
Read More...

নিশা শুই থকাৰ সময়তে কিশোৰীৰ মূৰত লাগিল গুলী, ICUত ভৰ্তি;ডিব্ৰুগড়ত চাঞ্চল্য

বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ডিব্ৰুগড়ৰ লাহোৱাল পাত্ৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা শুই থকা অৱস্থাতে কিশোৰীৰ মূৰত লাগিল গুলী। নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম প্ৰাৰ্থনা গগৈ। ততাতৈয়াকৈ AMCHত
Read More...

লাহৰীঘাটৰ দুই স্থানৰ পৰা ৪জন ড্ৰাগছ সৰবৰাহকাৰীক আটক

আজি মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত লাহৰীঘাট বৰবৰী গাঁৱত অভিযান চলায় । আৰক্ষীৰ অভিযানত ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোককেইজন
Read More...

বিহাৰত ২৯ লাখ টকাৰ নকল নোটৰ ভাণ্ডাৰ উদ্ধাৰ…

আৰক্ষীয়ে বিহাৰৰ লখিচাৰাইত নকল নোটৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে ৫০০ টকাৰ নকল নোটৰ ৫৮ টা বাণ্ডল উদ্ধাৰ কৰিছে। আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। একে সময়তে, আৰক্ষীৰ পদক্ষেপ ধৰা পৰাৰ লগে লগে তিনিজন লোক পলাই যায়।
Read More...