Breaking

Browsing Category

জীৱনশৈলী

অনিয়মীয়া মাহেকীয়া  হলে মানি চলক এইবোৰ নিয়ম

১) দৈনিক যোগাসন বা শৰীৰচৰ্চাই হৰমনৰ অসন্তুলনৰ ফলত হোৱা মাহেকীয়া অনিয়মীয়া প্ৰতিৰোধ কৰিব পাৰে৷ যোগাসনে মাহেকীয়াত হোৱা পেটৰ বিষো নিৰাময় কৰিব পাৰে৷
Read More...

মচুৰ দাইলৰ আছে বহু ঔষধি গুণ

মচুৰ দাইলত এনে কি গুণ আছে জানো আহক– (১) গৱেষণাৰ পৰা গম পোৱা গৈছে যে মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট্ৰ’কৰ সম্ভাৱনাও কমে৷(২) মচুৰ দাইলত ফাইবাৰৰ উপৰিও
Read More...

জানো আহক মৌ খোৱাৰ লাভালাভ

১) ওজন হ্ৰাস কৰাত সহায়ক (Helpful in Weight Loss): মৌ ওজন হ্ৰাসৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ এন.চি.বি.আই. (NCBI- National Center for Biotechnology Information) ৰ ৱেবছাইটত প্ৰকাশিত এক গৱেষণা অনুসৰি, ওজন বৃদ্ধি প্ৰতিহত কৰিবলৈ মৌৰ গুণাগুণ আছে
Read More...

সদৌ কুলি-কমান অপৃন কেবাঙক কেন্দ্ৰ কৰি কমান অপৃণ কেবাঙৰ তীব্ৰ প্ৰতিক্ৰিয়া

কুলি-কমান অপৃণ কেবাঙক কেন্দ্ৰ কৰি মিচিং সমাজৰ লগতে তাকাম কমান অপৃণ কেবাঙৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কমান অপৃণ কেবাঙে কুলি-কমান অপৃণ কেবাঙক ভূৱা আৰু কমান অপৃণ কেবাং বিৰোধী আখ্য দিছে ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত কমান অপৃণ
Read More...

ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব আপুনি ? জানক এই নিয়ম …

1.মন-মস্তিস্ক আৰু শৰীৰক সতেজ কৰি ৰাখক2.দিনটোৰ কাম সোনকালে আৰম্ভ কৰক3. প্ৰত্যেকটো দিনৰ বাবে সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক4.সাধুতাই হৈছে উত্তম উপায়
Read More...

তামোল-পাণৰ আছে বিশেষ কিছু ঔষধি গুণ …

অসমীয়া সংস্কৃতিত তামোল পাণ এক অবিচ্ছেদ্য অংগ। কোনো কোনোৱে তামোল খোৱা ৰীতিটো দ্রাবিড় সংস্কৃতিৰ পৰা অহা বুলি দাবী কৰে। মহামহোপাধ্যায় পি. ভি. কানে মন্তব্য কৰে যে তামোল খোৱা অভ্যাসটো খ্রীষ্ট জন্মৰ ঠিক আগে আগে নাইবা খ্রীষ্ট জন্মৰ সময়ৰ পৰা
Read More...

শিৱানী বাৰ্মাৰ পৰা কিদৰে হল বি কে শ্বিৱানী

ভাৰতৰ ব্ৰহ্মকুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰুমা আৰু নেত্ৰী হ’ল বি কে শ্বিৱানী ৷ জনসমাজত তেখেতক বিভিন্ন সন্মানসূচক নামেৰে জনা যায়,যেনে- চিষ্টাৰ শ্বিৱানী , ব্ৰহ্মকুমাৰী শ্বিৱানী , বি কে শ্বিৱানী আদি ৷
Read More...

আপোনাৰ চকুৰ গুৰি কলা নেকি , তেন্তে শীঘ্ৰেই কৰক এই কাম

মুখমণ্ডলৰ সৌন্দৰ্যতাৰ মূলতে হৈছে চকু৷ এজন ব্যক্তিৰ উজ্জ্বল, ধুনীয়া চকুযুৰিয়ে সহজতে আনক আকৰ্ষণ কৰাৰ লগতে চকুযুৰিত মানুহজনৰ ব্যক্তিত্বও ফুটি উঠে৷ কিন্তু এই ধুনীয়া চকুযুৰিত যদি ক’লা দাগ পৰে, তেন্তে সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ চকুৰ
Read More...

জালুকৰ আছে বহু উপকাৰী গুণ ,জানিলে আজিৰ পৰা গ্ৰহণ কৰিব আপুনি

১. ছালত কোনো ধৰণৰ ফোঁহা (Boil) ওলালে তাত জালুকৰ গুড়ি লগালে ফোঁহাটো বহি যায়। ২.শৰীৰৰ বিষ – বেদনা (Body pain) আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ  উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে
Read More...

আপুনি কেঁচা পিঁয়াজ খায়নে? কেঁচা পিঁয়াজ খোৱাৰ লাভালাভ,দৈনিক কেঁচা পিয়াজ খোৱাৰ আশ্চৰ্যজনক লাভালাভ

এই সমস্যাবোৰ হৈছে যে প্ৰায় প্ৰতিটো ভাৰতীয় পাকঘৰত পিয়াজ ব্যৱহাৰ কৰা হয়। যদিও বহুলোকে পিয়াজ পৰিহাৰ কৰে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা, ই অতি উপকাৰী। ইয়াক বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰি।পিঁয়াজ প্ৰায় প্ৰতিটো ভাৰতীয়
Read More...