Breaking

Browsing Category

জীৱনশৈলী

সম্প্ৰতি অসমত আদৰ নাই অসমীয়া শিপিনীয়ে হাতেবোৱা ফুলাম বিহুৱানৰ…

অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী
Read More...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ
Read More...

মাৰ্ঘেৰিটাত ১২৫ টা নামঘৰ একত্ৰিতহৈ চাৰিদিনিয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান…

বিশ্বৰ লগতে দেশত মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তেনে সময়তে বিশ্ব শান্তি আৰু বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণৰ  বাবে গুৰুজনাৰ সৃষ্টি ভাগৱতখনি মাৰ্ঘেৰিটাৰ মহকুমাৰ নামঘৰসমূহৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ জম্মোৎসৱ, উদযাপন সমিতিৰ সৌজন্যত প্ৰায় ১২৫,টা
Read More...

চাপৰ পৌৰ সভাৰ সভানেত্ৰী আৰু উপ সভাপতিৰ নাম ঘোষনা ….

চাপৰ পৌৰ সভাত শপত গ্ৰহণ অনুষ্ঠান বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষিত হল সভানেত্ৰী আৰু উপ সভাপতিৰ নাম সভাপতি হিচাপে নিৰ্বাচিত হয় বিউটি ৰায় আৰু উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অৰুণ নাগ চাপৰ পৌৰ সভাৰ কক্ষত অনুষ্ঠিত হয় এই কাৰ্য্য সূচী ৮নন্বৰ
Read More...

ডায়েট আৰু ব্যায়ামৰ কোনো প্ৰয়োজন নাই! এই ৭টা অভ্যাসে আপোনাক স্বাস্থ্যৱান আৰু ধুনীয়া কৰিব….

অভ্যাসৰ পৰিৱৰ্তনে আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আমাৰ স্বাস্থ্য আন্তঃগাঁথনি অভ্যাস আৰু জীৱনশৈলীৰ ওপৰত আধাৰিত। যদি অভ্যাসটো সঠিক হয়, তেন্তে আপুনি ডায়েট গ্ৰহণ কৰিব নালাগে। অভ্যাস আৰু জীৱনশৈলীৰ জৰিয়তে স্বাস্থ্যসঠিকভাৱে উন্নত
Read More...

বিবাহিত হৃত্বিক ৰোশনে বিমানবন্দৰত কোন প্ৰেমিকাৰ হাতত ধৰিলে? চচিয়েল মিডিয়াত ভাইৰেল হ’ল ভিডিঅ

অনুৰাগীসকলে তেওঁলোকক 'নিখুঁত জোড়ী' বুলি কয় হৃত্বিক ৰোশন আৰু উৰাবাতৰি প্ৰেমিকা চাবা আজাদক হাতত ধৰি বিমানবন্দৰৰ পৰা ওলাই যোৱা দেখা গৈছিল। দুয়োজনৰ ভিডিঅ' আৰু ফটো ভাইৰেল হৈ পৰিছে।অভিনেতা হৃত্বিক ৰোশনক তেওঁৰ উৰাবাতৰি প্ৰেমিকা, অভিনেতা
Read More...

জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনাঃ ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু প্ৰতাৰণাই ধেমাজি জিলাৰ গোগামুখবাসীক অতিষ্ঠ কৰি তুলিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা চৰকাৰ আৰু জনপ্ৰতিনিধি সমূহৰ নীতিৰ বাবে বহু শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ প্ৰাপ্ত অধিকাৰৰ পৰা
Read More...

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ উৎসৱ

চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনা পালন কৰি ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা বিদ্যাৰম্ভ উৎসৱ পালন কৰা হয়। সেই হিচাপে আজি পুৱা বিদ্যালয়ৰ ছাত্র ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলে
Read More...

গোৱালপাৰাৰ খেৰোপাৰাত ছাত্ৰ নিৰুদ্দেশ

গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰাত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ মাহালম শ্বেইখৰ পুত্ৰ মনিৰুল ইছলাম (১৮) যোৱা ২৯ মাৰ্চৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত
Read More...

নাজিৰা ৰহদৈস্থ কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞানসন্মত ঔষধি গছৰ খেতিৰ প্ৰশিক্ষণ

নাজিৰা মহকুমাৰ ৰহদৈস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰত ২৮ , ২৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে বিজ্ঞান সন্মত পদ্ধতিৰে বনষৌধি উদ্ভিদৰ খেতিৰ ওপৰত এক প্ৰশিক্ষণ শিৱিৰ সফলতাৰে সম্পন্ন হৈ যায় ।প্ৰশিক্ষণৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ বিভিন্ন ধৰণৰ
Read More...