Breaking

Browsing Category

দুৰ্ঘটনা

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত…

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই আশংকা কৰা মতে সাগৰ তলি ইতিমধ্যে পোত খাই গৈছে ডুবন্ত নাওখন। সাগৰৰ বুকুত নাওখনৰ ১৮০ গৰাকী যাত্ৰীয়েই সলিল সমাধি ঘটিছে
Read More...

আমেৰিকা আৰু কানাডাত অত্যাধিক বৰফ জমা হোৱাৰ হোৱাৰ বাবে ৩৮জন লোকৰ মৃত্যু…

৩৮ জন লোকৰ মৃত্যুৰ সৈতে আৰ্কটিকৰ ভয়াৱহ জমা হোৱাৰ সম্পৰ্ক আছে যিয়ে আমেৰিকা আৰু কানাডাক অব্যাহত ৰাখিছে। বিষয়াসকলে জনোৱা মতে, সমগ্ৰ আমেৰিকাত ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলটো হৈছে নিউয়ৰ্ক ৰাজ্যৰ বাফেলো চহৰ।
Read More...

মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী…

বুধবাৰে মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি। ষ্টেশ্যনটোৰ যাত্ৰী কঢ়িওৱা লিফ্ট বিকল হৈ আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী। যান্ত্ৰিক সমস্যাৰ বাবে মাজ বাটত আবদ্ধ হৈ পৰে লিফ্ট। আধাঘন্টা ধৰি লিফ্টৰ ভিতৰতে আৱদ্ধ হৈ
Read More...

নলবাৰীত বিয়া খাবলৈ আহি দূৰ্ঘটনাত পতিত হ’ল মজিব আলী;আৰক্ষীৰ বাহনৰ লগত সংঘটিত হয় দূৰ্ঘটনা!

নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা সোনামতী চ'কত সংঘটিত হয় এক পথ দূৰ্ঘটনা।
Read More...

ডবকা আকাশীগংগাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত…

হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বন্যস্তিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এজন মহিলা গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা  টঙীয়া
Read More...

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক…

পশ্চিমবংগৰ পূব মেদিনীপুৰত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ গৃহত সংঘটিত বোমা বিস্ফোৰণত তিনিগৰাকী লোক নিহত হৈছে। আজি জিলাখনত টিএমচিৰ অন্যতম শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ
Read More...

চাপৰৰ বহলপুৰস্থিত মিলনপাৰাত শোকাৱহ দুৰ্ঘটনা…

চাপৰৰ বহলপুৰস্থিত মিলনপাৰাত শোকাৱহ দুৰ্ঘটনা ট্ৰেইন লাইনৰ কাষেদি গৈ থকা অৱস্থাত এজন পথচাৰীক খুন্দিয়া চিটিকি পেলাই থৈ গ'ল এখন মালবাহী ট্ৰেইনে ফলত
Read More...

বলীউডৰ বিখ্যাত গায়ক জুবিন নৌতিয়াল আহত…

জুবিন নৌতিয়াল আহতঃ বলীউডৰ বিখ্যাত গায়ক জুবিন নৌতিয়ালৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। বৃহস্পতিবাৰে ঘৰৰ চিৰিৰ পৰা বাগৰি পৰা চিংগাৰ, তাৰ পিছত তেওঁ বহু আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰ কঁকাল ভাঙি যোৱাৰ লগতে তেওঁৰ পাচলিতো বহু আঘাত পাইছে। কোৱা হৈছে যে
Read More...

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা…

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু । হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি ।
Read More...

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী…

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ বল্লাৰ শ্বাহ ৰেল ষ্টেচনত সন্ধিয়া প্ৰায় ৫ বজাত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত হয়।
Read More...