Breaking

Browsing Category

দুৰ্ঘটনা

বিহাৰৰ বৈশালীত শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক…

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল লোকসকলে। পদযাত্ৰাৰ সময়তে হঠাতে এখন ট্ৰাক তেওঁলোকৰ পিনে তীব্ৰ গতিৰে আহি খুন্দিয়ায়। মুহূৰ্তৰ ভিতৰতে ট্ৰাকে পদযাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকক পিষ্ট কৰে। ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১২ জন লোকে
Read More...

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা…

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈ। হাঁহচৰা নগা গাওঁত সংঘটিত হয় এই
Read More...

ৰাজপথৰ বোকাৰ বাবেই দুৰ্ঘটনাঃ১ জন নিহত, ১০ জন আহত…

ৰাষ্ট্রীয় ঘাইপথত বোকা পৰি থকাৰ বাবে সংঘটিত এই দুৰ্ঘটনা। নিশা পাঠশালাত ৩১ নংৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত তিনিখনকৈ বাহন।
Read More...

জোনাইত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি…

জোনাইত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ২ নং চিকাৰী গাঁৱত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।জানিব পৰা মতে আজি
Read More...

কলকাতাৰ এখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড…

বৃহস্পতিবাৰে নিশা কলকাতাৰ এখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। কলকাতাৰ ভৱনীপুৰস্থিত এছএছকেএম চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত এই অগ্নিকাণ্ড সংঘটিত হয়। প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসালয়খনৰ দ্বিতীয় মহলাত থকা জৰুৰীকালীন
Read More...

হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত এক ভয়াৱহ ভূমিস্খলন…

হিমাচল প্ৰদেশৰ চোলান জিলাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ ভেৰে কা খেচ নামৰ এখন গাঁৱত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হয়।
Read More...

প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল পিংকী…

ৰহাত আজি পুৱাই  সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম পিংকী বৰা ডেকা বুলি জানিব পৰা গৈছে।
Read More...

ৰাসৰ মাজতে নলবাৰীত দুটাকৈ দুৰ্ঘটনাতঃ৫জনৰ মৃত্যু, কেইবাজনো আহত…

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দুটাকৈ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা। বানেকুছিত সংঘটিত দুৰ্ঘটনাত নিহত হয় ৪জন লোক।
Read More...

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা…

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা। খেৰডুবীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন বাইক আৰোহী আন এগৰাকীৰ অৱস্থা সংকটজনক। বাইক আৰু ট্ৰাকৰ মাজত
Read More...