Breaking

Browsing Category

দুৰ্যোগ

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত ! ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০জন লোক নিহত

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০ লোক নিহত হোৱাৰ লগতে ১৫৩ জনৰো অধিক লোক আহত হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
Read More...

বিচ্ছিন্ন হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধেমাজিত বানৰ সংহাৰী ৰূপ

ধাৰাবাহিক বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ৷ যিকোনো মুহূৰ্ততে যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ৷
Read More...

মানালীৰ হৰপাৰ বানে উটুৱাই লৈ গ’ল ‘তাচ পাত’ৰ দৰে পাঁচ মহলীয়া হোটেল

মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন সম্পূৰ্ণ পাঁচ মহলীয়া হোটেল হৰপা বানে উটুৱাই লৈ গ’ল। পোহৰলৈ আহিছে ভয়ংকৰ ভিডিঅ’টো।
Read More...

কি পৰিস্থিতিত ৰাজ্যৰ বান…

বছৰৰ প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্য। বৰষুণৰ পৰিমাণ কমাৰ লগে লগে বান পৰিস্থিতি কিছু উন্নত হৈছে। এটা চৰকাৰী বুলেটিনত উল্লেখ কৰা হৈছে যে অসমৰ বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে। এই বানত ইতিমধ্যে প্লাৱিত হৈছে ১১খনকৈ জিলা। ১.২ লাখ লোক এতিয়াও
Read More...