Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
পৰ্য্যটন,
অসম বিধানসভাত উত্থাপন UCC বিধেয়ক
মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha
এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:
Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
অসম
দৈনন্দিন বাৰ্তা
-
October 27, 2024
ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম('Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ। আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ'ব(Union Minister Sarbananda Sonowal)
Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ ‘আইইউচিএন বঁটা’
অসম
দৈনন্দিন বাৰ্তা
-
October 26, 2024
প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠভাৱে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'ৰ(Aaronyak) সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন)ৰ(IUCN Award 2024) “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছএছচি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে
National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 25, 2024
চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”
অসম
দৈনন্দিন বাৰ্তা
-
October 18, 2024
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে "ফুলগুৰি ধেৱা" বুলি জনাজাত। এই সন্দৰ্ভত "ফুলগুৰি ধেৱা" গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে "অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব'ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক "ধাৱা " বুলিছিল। (Phulaguri Uprising)
1
...
43
44
45
...
50
Page 44 of 50
Popular
বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ
দৈনন্দিন বাৰ্তা
-
May 26, 2026