Breaking

Browsing Category

পৰ্য্যটন,

ছিকিমত পাহাৰৰ সোঁত পাৰ হৈ যোৱাৰ সময়ত উটি গ’ল পৰ্যটকৰ গাড়ী

সীমান্ত পথ সংস্থাৰ তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত চিংটমৰ পৰা ডিকচুলৈ গৈ আছিল এখন পৰ্যটকৰ বাহন। গাড়ীখনত ৪ জন পৰ্যটক আছিল। দেওবাৰে হোৱা প্ৰবল বৰষুণৰ ফলত পাহাৰীয়া ধাৰা এটাই জলপ্ৰপাতৰ সৃষ্টি কৰে। দিকচুলৈ যোৱা পথটো সেই পানীৰ
Read More...

দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ভূটান পাহাৰৰ পাদদেশৰ পৰা বৈ অহা বৰনদীৰ পাৰৰ নয়নাভিৰাম সেউজীয়া পৰিবেশত ইণ্ডো-ভূটান ইক' টুৰিজিম চ'চাইটিৰ সৌজন্যত গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰৰ গাতে লাগি থকা বৰনদী ধাবা নামৰ এখন
Read More...

অসম ৰাজ্যিক চিৰিয়াখানালৈ ৫ নতুন আলহী

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত ৩০ বছৰৰ অন্তত এটা জিৰাফৰ সৈতে দুটা জেব্ৰা এৰি দিলে পৰিৱেশ আৰু বন বিভাগ চন্দ্ৰ মোহন পাটোৱাৰীয়ে। কৰ্ণাটকৰ মহীশূৰ চিৰিয়াখানাৰ পৰা অনা এই জেব্ৰা দুটা
Read More...

অসমত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব – আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসত উদ্যোগ মন্ত্রী…

চাহ বাগিচা অঞ্চলত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে-ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু ভাৰতীয় চাহ বৰ্ডে যুটীয়া ভাৱে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ
Read More...

পৰ্যটনক্ষেত্ৰৰ শুভ বাৰ্তা! গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ’ব জলপথেৰে

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ জলপথ বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
Read More...

উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথ সমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা; ভাৰত…

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে। ভাৰতৰ বাবে এই বন্দৰটো কৌশলগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত
Read More...

কাশী-বিশ্বনাথ কৰিডৰঃ বাৰাণসীৰ অৰ্থনীতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ

কিশোৰী লাল আগৰৱালাৰ লংকা অঞ্চলত বাৰাণসীৰ মুখ্য জলপান কচোৰী-চাবজি বিক্ৰী কৰা এখন সৰু দোকান আছে। তেওঁৰ এয়া পাৰিবাৰিক ব্যৱসায় আৰু তেওঁ চতুৰ্থ প্ৰজন্মৰ ধ্বজাবাহক। তেওঁৰ দোকানখনে কেইবা দশক ধৰি কেৱল একেবিধ সামগ্ৰীয়েই বিক্ৰী কৰি আহিছে - কচুৰী ।
Read More...

গোলাঘাট জিলাৰ কাজিৰঙাত অৱস্থিত আৰক্ষী অতিথিশালাত নিশা কটাব মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

গোলাঘাট জিলাৰ কাজিৰঙাত থকা অসম আৰক্ষীৰ অতিথিশালাত আজি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিশাটো কটাব। উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত এই অতিথিশালাটি নিৰ্মাণ
Read More...

দেশৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে উত্তৰ-পূবক লৈ আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব দেশৰ শীৰ্ষ পৰ্যটনস্থলী হিচাপে উত্থাপিত হোৱাত সুখ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ
Read More...

উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা “ভাৰত গৌৰব” ৰ দিল্লীত ফ্লেগ অফ্ কৰিলে মিনাক্ষী লেখীয়ে

"এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" আৰু "দেখো অপনা দেশ" শ্লোগান লৈ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে "ভাৰত গৌৰব" ৰে'লখনে। দিল্লীৰ চফদাৰজং ষ্টেচনত মিনাক্ষী লেখীয়ে ফ্লেগ অফ্ কৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ১৫৬
Read More...