মৃত্যু

অভিনেতা বিজয় শংকৰ শইকীয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল বিয়োগ…

পুৱাই এটা দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ। ৩৯ বছৰ বয়সতে...

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷ মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে...

ছৌদি আৰৱৰ মক্কাত অসমৰ আৰু দুজন হজযাত্ৰীৰ মৃত্যু

ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে এই বছৰ হজ তীৰ্থযাত্ৰাৰ সময়ত গৰমৰ বাবে ক্লান্তি আৰু হিটষ্ট্ৰ’কত ভোগা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে এক...

স্নাতক হোৱাৰ পিছত চাকৰি নাই,নাই কইনা! এজন যুৱকে বিষণ্ণতাত ল’লে চৰম পদক্ষেপ

স্নাতক হোৱাৰ পিছতো তেওঁ কোনো চাকৰি নাপালে। চাকৰি নথকাৰ বাবে বিয়া পাতিব নোৱাৰিলে। ডিপ্ৰেছনৰ বাবে বৃহস্পতিবাৰে পুৱা এজন ৩৫ বছৰীয়া যুৱকে চৰম পন্থা গ্ৰহণ...

দুঃসংবাদ! মক্কাত মৃত্যু শিৱসাগৰৰ হজ যাত্ৰীৰ

ঈদৰ প্ৰাকমুহূৰ্তত মক্কাৰ পৰা আহিল এটা দুঃসংবাদ৷ মক্কাৰ হজ যাত্ৰাত অঘটন। শিৱসাগৰৰ সঞ্জীৱ বড়া নামৰ এজন হাজীৰ মৃত্যু হৈছে মক্কাত৷ পত্নীৰ সৈতে হজ যাত্ৰালৈ...

Popular