মৃত্যু

য়েমেনত ষ্টেম্পেডত ৮৫ জন লোকৰ মৃত্যু, ৩০০ৰো অধিক লোক আহত…

য়েমেনৰ ৰাজধানী ছানা চহৰৰ এখন বিদ্যালয়ত দাতব্য অনুষ্ঠানৰ সময়ত সংঘটিত হোৱা ভয়াবহ অভিযানত কমেও ৮৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। প্ৰত্যক্ষদৰ্শীৰ...

ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজত আমিনগাঁৱত কৰুণ ঘটনা, দুই কিশোৰ এগৰাকী কিশোৰীৰ লুইতৰ সলিল সমাধি

শনিবাৰে ৰঙালী বিহু উৎসাহ উদ্দীপনাৰ মাজত উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত মেদিপাৰা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হয়। স্থানীয় দুজন কিশোৰ আৰু এজনী কিশোৰীয়ে লুইতৰ পানীত...

প্ৰবীন বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷ উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত...

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ...

উৰিষ্যাৰ পুৰীত উত্তৰ গুৱাহাটীৰ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু; মূখ্যমন্ত্ৰীৰ তৎপৰতাত বিমানেৰে মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা

উৰিষ্যাৰ পুৰীলৈ বন্ধু বান্ধবীৰ লগত তীৰ্থভ্ৰমণৰ বাবে যোৱা উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ এগৰাকী অবিবাহিত মহিলাই কৰুণ ভাৱে মৃত্যুক আকোঁৱালি ল'ব লগা হয়। মহিলা গৰাকীৰ নাম...

Popular