Breaking

Browsing Category

সম্পাদকীয়

সামাজিক দূৰত্ব আমাৰ সংকল্প হওক

ভুপেশ খাটনিয়াৰ সমগ্ৰ বিশ্ববাসীক আতংকিত কৰা এটা অতি ক্ষুদ্ৰতম ভাইৰাছৰ COVI-19 বিৰুদ্ধে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উন্নত বহুত শক্তিশালী দেশ কেইখমানেও আজি কিছু ক্ষেত্ৰত হাৰ মানিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও
Read More...

সকলোতে সাম্প্ৰদায়িক দৃষ্টিভংগী কিয় ?

জিতু দাস কথাবোৰ ভাবিয়ে আজিকালি সময় কটাও । বাক স্বাধীনতাক মূখত তলা লগাই থৈছোঁ ।নহ'লে কথাবোৰ ওলাই আহে সমাজৰ চকুত দেশদ্ৰোহী-বাম বাদী আখ্যা পাওঁ । সেয়ে কিছুমান অৰ্থৰ মূল বুজি নোপোৱা উগ্ৰবাদী সকলৰ পৰা এৰাই চলিছো ।কিয়নো তেওঁ লোকৰ
Read More...

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী                           অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক, প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা(কভিড-১৯)ই
Read More...

অসমীয়া লোককৃষ্টি আৰু আমাৰ সমাজ

ধৰ্মেন্দ্ৰ বৰা সময় পৰিবৰ্তনশীল | পৰিবৰ্তনশীল সময়ৰ সৈতে যিসকলে নিজকে খাপ খুৱাব নোৱাৰে সেইসকল সময়ৰ সোঁতত হেৰাই যায় | উদাহৰণস্বৰূপে আমি ড'ড নামৰ চৰাইবিধৰ কথা সকলোৱে জানো | কিন্তু এনে কিছুমান বস্তু আছে
Read More...

সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য।

দীপশিখা হাজৰিকা বৰুৱা মানৱ সমাজৰ সৰ্বদিশ সামৰি থকা অৱধাৰণা এটা হৈছে সংস্কৃতি।সংস্কৃতিৰ সংজ্ঞা বিশাল।অতীতৰে পৰা চলি অহা লোক সংস্কৃতি বিলাকৰ পৰাই আহি আহি আজিৰ বিশাল সংস্কৃতিৰ সৃষ্টি হৈছে।ইয়াৰ উপাদানো অসংখ্য।এইবোৰৰ ভিতৰত ভাষা,ধৰ্ম,বিভিন্ন
Read More...

কৃষিখণ্ডৰ উন্নতিতহে নিৰ্ভৰ কৰে সবল অৰ্থনীতিৰ বুনিয়াদ

ফুকন ৰাজবংশী স্বাধীন ভাৰতৰ বিগত দশককেইটাত বিভিন্ন দলৰ চৰকাৰ গঠন হ’ল, ভংগও হ’ল৷ কিছুমান একঘেয়ামি পৰিকল্পনাকে নতুন নতুন ৰূপ দি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মনোকামনা পূৰ কৰি গ’ল৷ তাৰ মাজতে নকৰিলে নহয় বাবে তেওঁলোকে বিভিন্ন
Read More...

কৰ’না, অসম আৰু দিহিং-পাটকাই অভৰায়ণ্য

 বিদ্যাৱতী গগৈ দ্ৰুতগতিত বাঢ়ি অহা কৰ'ণা ৰোগীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কিন্তু লক্ ডাউনৰ শিথিলতাৰ সুযোগ লৈ দোকান বজাৰত মানুহৰ সমাগম দেখি আমি প্ৰকৃততেই আতংকিত হৈছোঁ বুলি ক'ব পাৰিমনে? অসমৰ তিনি কোটি জনতাৰ মাজৰ পৰা এক তৃতীয়াংশ
Read More...

দিহিং পাটকাইক নি:শেষ নকৰিব।

জুৰিতা দাস অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য যাক আমি সকলোৱে  দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য বুলি জানো ৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান ("The Amazon of the east") বুলিও আখ্যা
Read More...

ডাক্তৰ-পুলিচ-চুইপাৰ আদি……

◆ ৰাজীৱ কমল শইকীয়া অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ'নাত আক্ৰান্ত হৈছে । বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু
Read More...

চৰকাৰে “জিম” ৰ কথাও ভাবক

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰ সমূহ বন্ধ হৈ আছে ৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে ৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি
Read More...