Breaking

Browsing Category

সম্পাদকীয়

অসমত কঠোৰ লকডাউনৰ প্ৰয়োজন

ৰীতা ডাকুৱা সমগ্ৰ বিশ্বৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে Covid 19 পজিটিভ ৰোগী। কিন্তু তথাপিও যেন একাংশ লোক এই ৰোগৰ ভয়াবহতা সম্পৰ্কে অলপো সচেতন
Read More...

লকডাউনে দেশত প্ৰাণ ৰক্ষা কৰিছে ৭৮ হেজাৰ লোকৰ

মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ মুখ্য অস্ত্ৰ হিচাপে দেশত বিগত দুমাহে চলি আছে লকডাউন৷ ৩১ মে’ পৰ্যন্ত দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন৷ মাৰাত্মক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এই পৰ্যন্ত লকডাউনৰ পৰিকল্পনা কিমান সফল হৈছে, মাজে সময়ে এই প্ৰশ্নও
Read More...

অসমৰ ঐশ্বৰ্য সম্পদ ৰাজি – অনা-অসমীয়াক গতোৱাত কাৰ লাভ !

লক্ষী প্ৰসাদ ডেকা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৰ্থনীতি কিমান টনকীয়াল আৰু উদ্যোগ ,অনুষ্ঠান-প্ৰতিষ্ঠান ,বা বানিজ্য , পৰ্যটন আদি কিমান উন্নত লগতে কোন দিশত আগুৱাই গৈছে । তাক দ'কৈ পৰ্যালোচনা
Read More...

দেশ, ক’ৰোনা ভাইৰাছ আৰু তলাবন্ধৰ পৰিণতি

শ্ৰীৰামচন্দ্ৰ চুতীয়া বিশাল দেশখনৰ ক্ষমতাভাৰ ২০১৪ চনৰ পৰা বিজেপি দলৰ হাতত ন্যস্ত হৈ আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ লোৱাৰ পাছত দেশখনত নানান বিষয়ত প্ৰতিবাদীসূচীৰ সম্মুখীন হৈ থাকিব লগা হৈছে।এই
Read More...

গেছ সেৱাৰ নামত ৰূপহীহাটত চাকিব গেছ এজেন্সিৰ কলা বজাৰ-জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী

এ জে আকন্দ, নগাঁও দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিভিন্ন এলেকা । বেংক, গ্ৰামোন্নয়নৰ পিছতে এইবাৰ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে লাওঁখোৱাৰ ৰোডস্থিত ৰূপহীৰ চাকিব গেছ এজেন্সিৰ বিৰুদ্ধে ।  এজেন্সিটোৰ
Read More...

অনলাইন পাঠ্যক্ৰমে ঢুকি পাইছে নে সকলো ছাত্ৰ ছাত্ৰীক !

দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ দেশতে  লকডাউন ঘোষণা কৰা হৈছিল । যাৰ ফলস্বৰূপে দেশৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্থিৰ হৈ পৰিছে । সংকটময় সময়ত  সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা এতিয়ালৈ বন্ধ হৈ আছে
Read More...

বাঁহ উদ্যোগ: আশা আৰু সম্ভাৱনা

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ লব পাৰে বুলি এক ধাৰণা গঢ় লৈ
Read More...

আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপ

ভৌতিক বিকাশৰ লগে লগে আধ্যাত্মৰো বিকাশ হ’ব লাগে, নহ’লে সন্তুলন নেথাকে ৷ আধ্যাত্মৰ অবিহনে ভৌতিক বিকাশ আধৰুৱা হৈ থাকে যাৰ বাবে সময়ে - সময়ে সমাজত বিশৃংখলতা , দুৰ্যোগ আদি আহি পৰে ৷ সকলো বস্তু সম্পূৰ্ণ থাকিলেও মানুহে মনত শান্তি নাপায়, দুখত
Read More...

আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত

COVID-19 মহামাৰী আৰু লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই "আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত" অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত গোৱালপাৰা ডাকঘৰৰ অন্তৰ্গত চাৰিশৰো অধিক শাখা ডাকঘৰৰ গ্ৰামীণ ডাক
Read More...

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

দৈনন্দিন বাৰ্তা প্ৰতিবেদন জনপ্ৰবাদ, ইতিহাসে কেতবোৰ কথাৰ পুনৰাবৃত্তি ঘটায়৷ তাৰ এটা উদাহৰণ হ’ল ১৯১৮ চনৰ স্পেনিছ ফ্লু৷ এই স্পেনিছ ফ্লুত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেনেদৰে ২০২০ চনত ক’ভিড-১৯ৰ বাবে কম্পমান সমগ্ৰ বিশ্ববাসী৷ প্ৰাপ্ত তথ্য মতে
Read More...