সম্পাদকীয়

২ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই : বিশ্বত ক’ৰোনা আক্রান্তৰ তালিকাত ষষ্ঠ স্থানলৈ দৌৰত ভাৰত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ বিশেষজ্ঞসকলে ভাবিছিল যে গৰম পৰিলে ক’ৰোনা ভাইৰাছৰ শক্তি কমিব৷ বহুৱে ভাবিছিল সময়ৰ লগে লগে ক’ৰোনা কমিব আৰু দুৰ্বল হৈ পৰিব ভাইৰাছ৷...

নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল ?

অংকুৰ বৰুৱা দেশৰ অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই বিষয়ে নিৰ্দেশনা জাৰি...

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন: ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ...

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সভা । ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য বৃদ্ধিত অনুমোদন ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আয়োজিত সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য (এমএছপি) বৃদ্ধিৰ অনুমোদন কৰিছে৷ আজি...

ক’ৰনা ভাইৰাছ : ব্ৰাজিললৈ দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন প্ৰেৰণ আমেৰিকাৰ

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আমেৰিকাই দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন ব্ৰাজিললৈ প্ৰেৰণ কৰিছে৷ মেলেৰিয়া প্ৰতিৰোধী এই ঔষধ জীৱনৰ প্ৰতি ভাবুকি অহাৰ...

Popular