অপৰাধ

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি ! গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়…

প্ৰসংগ : KACৰ মুখ্য সচিবৰ চহী জালিয়াতি। গ্ৰেপ্তাৰ হ'ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়। প্ৰৱঞ্চক চক্ৰৰ সৈতে ৰায়ে কৰিছিল টকাৰ লেনদেন। এই তথ্য সদৰী...

নগাঁৱৰ কচুৱাত মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসক…

নগাঁৱৰ কচুৱাত গ্ৰেপ্তাৰ চিকিৎসক। মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জুকুটা স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া প্ৰশান্ত দাসক । ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক প্ৰশান্ত...

ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক…

ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক। ১৪ ছেপ্টেম্বৰত ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১৪ বছৰীয়া নাবালিকা। জুৰীয়াৰ পৰা আৰক্ষীয়ে আটক কৰে পলাতক ৱাহাৱ আলীক।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা অব্যাহতি…

৭০ গৰাকী গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা অব্যাহতি। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ গৃহৰক্ষী জোৱানক অব্যাহতি। চিকিৎসা মহাবিদ্যালয়ে ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান কৰিছে দায়িত্ব।

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ইকবাল হুছেইন…

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ আভিযান। অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ইকবাল হুছেইন। ইকবালৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু সংখ্যক ছীমকাৰ্ড। ধৃত ইকবালৰ...

Popular