আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ জুবিন দিৱস।

লাখ লাখ জুবিন অনুৰাগীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ।

নতুন গামোচাৰে সজাই পৰাই তুলিছে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী।

সাজু কৰা হৈছে ডাঙৰ ৰভা, সাংস্কৃতিক অুষ্ঠানৰ মঞ্চ।

সোণাপুৰৰ জুবিনক্ষেত্ৰত চলি আছে এতিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা।

জুবিনক্ষেত্ৰত উপস্থিত পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ।

Related Articles