চিত্ৰশিল্পী নীলিম মহন্তক আটক…

চিত্রশিল্পী নীলিম মহন্তক আটক।

দিছপুৰ আৰক্ষীয়ে আটক কৰিলে চিত্রশিল্পী নীলিম মহন্তক।

ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত আটক নীলিম মহন্তক।

নীলিম মহন্তৰ লগতে কেৰালাৰ শ্যাম কুমাৰকো আটক।

আৰক্ষীয়ে জব্দ কৰিছে নীলিম মহন্তৰ বাহনৰ লগতে ছবি অংকন কৰা বিভিন্ন সামগ্ৰী।

Related Articles