April 27, 2026 জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী Share FacebookXWhatsAppTelegramKooEmail জাপানত প্রবল ভূমিকম্প। ভূমিকম্পৰ পাছতে জাপানত ছুনামিৰ আগজাননী। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্রা ৬.২। কঁপি উঠিল জাপানৰ হোকাইডো অঞ্চল। প্রচণ্ড কম্পনত আতংকিত স্থানীয় বাসিন্দা। Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ বাহিনী মুখ্য কাৰ্যালয় আৰু সকলো কোম্পানীত সতৰ্কতা সজাগতা সপ্তাহ-২০২৬ৰ শুভাৰম্ভ দৈনন্দিন বাৰ্তা - October 26, 2026 গুৱাহাটীত প্ৰথমবাৰৰ বাবে কেন্সাৰ চাৰভাইভৰচিপ কনফাৰেন্স দৈনন্দিন বাৰ্তা - October 26, 2026 জনকল্যাণ ছ’চাইটী আৰু সাংস্কৃতিক বিদ্যালয়, অসমৰ উদ্যোগত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত সম্বদ্ধৰ্না অনুষ্ঠানঃ গৱেষক, বিজ্ঞানী ডাঃ সুদৰ্শিনী নাথক বিশেষ সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - October 26, 2026