Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
পৰ্য্যটন,
চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ
ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান
জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day
National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 25, 2024
চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”
অসম
দৈনন্দিন বাৰ্তা
-
October 18, 2024
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে "ফুলগুৰি ধেৱা" বুলি জনাজাত। এই সন্দৰ্ভত "ফুলগুৰি ধেৱা" গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে "অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব'ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক "ধাৱা " বুলিছিল। (Phulaguri Uprising)
Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ৯ নল গাহৰি মুকলি
পৰ্য্যটন,
দৈনন্দিন বাৰ্তা
-
October 2, 2024
বিস্তীৰ্ণ এলেকা ব্যাপি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কূলত শেহতীয়াকৈ আৰু ৯ নল গাহৰিৰ সংযোজন ঘটিছে । (Manas National Park)নল গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ (পি এইচ চি পি) অধীনত আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ৯ নল গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰি দিয়া হয় (Manas National Park)।
Orang National Park opens: ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
প্ৰকৃতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গড়ঁৰ মুক্ত বিচৰণ ভূমি আৰু ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান। মঙ্গল বাৰে প্ৰতিকূল বতৰক নেওঁচি বৰ আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান।২০২৪-২৫ বৰ্ষৰ (tourism)পৰ্যটনৰ বাবে মুকলি হ'ল (Orang National Park opens for tourism) ওৰাং ৰাষ্ট্ৰীয় উদ্যান(National Park)। মঙ্গল বাৰে ৰাতিপুৱা দহ বজাত মাঙ্গলিক অনুষ্ঠানৰ অন্তত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক বাবে মুকলি কৰে দৰং জিলাৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু তেখেতক সঙ্গ দিয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে
1
...
45
46
47
...
52
Page 46 of 52
Popular
গুৱাহাটীৰ মাজ-মজিয়াত দেশ জোকাৰি যোৱা ঘটনা! হোটেল বিলাস ইনত ঘাতকৰ গুলীত ৫ জনৰ মৃত্যু, ৰহস্য কি?
দৈনন্দিন বাৰ্তা
-
October 27, 2026