Breaking

Browsing Category

বতৰ

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত…

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! আজি দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হ'ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত।
Read More...

অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তেওঁক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে। লগতে তেওঁ কয় যে গৃহমন্ত্ৰীয়ে কোনো
Read More...

ধাৰাসাৰ বৰষুণৰ মাজতে ২৬-২৮ জুনলৈ দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা

দেওবাৰৰ পুৱতি নিশা দিল্লী মহানগৰীৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ ফলত ২৬ জুনৰ পৰা ২৮ জুনলৈ দিল্লীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে। গুৰুগ্ৰামৰ কিছু অংশতো প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছিল,
Read More...

ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত গহপুৰৰ দক্ষিনাঞ্চল…

গহপুৰৰ দক্ষিনাঞ্চল ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈ পৰিছে। বৰতামুলী,পাকেন,লকচাকে ধৰি কুৰিৰো অধিক গাঁও বানপানীৰ কবলত। গহপুৰৰ বিভিন্ন প্ৰান্তত পশু ধন সমূহ ভুগিছে খাদ্যৰ সমস্যাত।
Read More...

“আগন্তুক দুদিনৰ ভিতৰত ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱৰ বাবে উত্তৰ-পূবত ধাৰাসাৰ বৰষুণ…

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ মোচা সৃষ্টি হৈছে যি শুক্ৰবাৰ অৰ্থাৎ ১২ মে'ৰ ভিতৰত অতি তীব্ৰ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।
Read More...

দিল্লীত অতিমাত্ৰা শীতৰ বাবে ১৫ জানুৱাৰীলৈকে ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ হৈ থাকিবলৈ দিল্লী চৰকাৰৰ…

দেওবাৰে পুৱা দিল্লীবাসীয়ে কঁপি উঠিছিল কাৰণ তাপমাত্ৰা ১.৯ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল, যিটো বিগত ১০ বছৰৰ ভিতৰত দ্বিতীয় সৰ্বনিম্ন উষ্ণতা।
Read More...

আমেৰিকাৰ শীতকালীন ধুমুহাই নিউয়ৰ্ক ৰাজ্যৰ বাসিন্দাসকলক গাড়ীত আৱদ্ধ কৰি ৰাখিছে…

উত্তৰ আমেৰিকাত শীতকালীন এক দানৱীয় ধুমুহাই জুৰুলা কৰি থকাৰ সময়তে পশ্চিম নিউয়ৰ্ক ৰাজ্যত কমেও ২৮ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই বাফেলোত। ৰাজ্যখনৰ এজন বিষয়াই কয় যে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ভয়াৱহ ধুমুহা “সম্ভৱতঃ” দুদিনতকৈ অধিক সময়
Read More...