বাণিজ্য

Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

Popular