বাণিজ্য

iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে(iPhone 16 Bans), যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

মই বৰ্তমান সুস্থ হৈ আছো - এক বাৰ্তাৰ জৰিয়তে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই সকলোকে জনালে এই কথা(Ratan Tata health rumors) ।

Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

ইতিবাচক বিশ্ব সংকেতৰ মাজতে ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত চাঁপ বৃদ্ধি, চেন্সেক্স ১০১ পইণ্ট ওপৰলৈ বৃদ্ধি, নিফ্টিৰ ২৫,০০০ অতিক্ৰম - Stock Market Today

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক : শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ…

৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক। জাতীয় দল-সংগঠনৰ দাবীৰ পাছতেই জাননীযোগে শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ। শিৱদৌলৰ সন্মুখৰ পৰা দ'লমুখ চাৰিআলিলৈ...

Popular