Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
আই এন টি ইউ চি অসম শাখাৰ স্পষ্টীকৰণ: সাধাৰণ সভাতহে হ’ব বিষয়ববীয়াৰ নিৰ্বাচন
জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী! দুদিনত জব্দ প্ৰায় ২৩ লাখ টকাৰ জালনোট, গ্ৰেপ্তাৰ কেইবাজনো সৰবৰাহকাৰী । Guwahati
Durga Maa। “মা দুৰ্গাৰ কথা” জানো আহা
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Durga Maa। ʼ মা দুৰ্গাৰ কথা ʼ জানো আহামা দুৰ্গা এশ আঠটা নামে বিভূষিতা । যেনে : সতী , সাধ্বী , ভবপ্ৰীতা , ভবাণী , ভবমোচনী , অৰ্য্য , জয়া , দুৰ্গা , আদ্যা , ত্ৰিনেতা , শূলধাৰিণী , পিনাকধাৰিণী , চিত্ৰা , চন্দ্ৰ ঘণ্টা , মহাতপা , মন: , বুদ্ধি , অহংকৰা , চিত্তৰূপা , চিতা , চিতি , সৰ্বমন্ত্ৰময়ী , নিত্যা , অনন্তা , সত্যানন্দস্বৰূপিনী , ভাবিনী , ভাব্যা , অভব্যা , ভব্যা , সদাগতি , শম্ভৱী , দেৱমাতা , চিন্তা , ৰত্নপ্ৰিয়া , সৰ্ববিদ্যা , দক্ষযজ্ঞ বিনাশিনী , দক্ষ কন্যা , অৰ্পণা , অনেকবৰ্ণা , পাটলা , পট্টম্বৰ পৰিধানা , পাটলাৱতী , সুন্দৰী , সুৰ সুন্দৰী , নৱ দুৰ্গা , মাতংগী , ব্ৰাহ্মী , মাহেশ্বৰী , ঐন্দ্ৰী , কৌমাড়ী , বৈষ্ণৱী , চামুণ্ডা , বাৰাহী , লক্ষ্মী , পুৰুষকৃতি , বিমলা , জগৎ জননী , উৎকৰ্ষিনী , জ্ঞানা , ক্ৰিয়া , সত্যা , বুদ্ধিদা , বহুলা , বহুলাপ্ৰেমা , মহিষাসুৰমৰ্দিনী , মধুকৈটভহন্ত্ৰী , চণ্ডমুণ্ড বিনাশিনী , সৰ্বাসুৰবিনাশা , সৰ্বদানবঘতিনী , সৰ্বশাস্ত্ৰময়ী , ভৈৰৱী , সৰ্বস্ত্ৰধাৰিণী , অনেকশস্ত্ৰহস্তা , কন্যা , কৈশেৰী , কুমাৰী , বিপদতাৰিণী , যুৱতী , যাতি , অপ্ৰৌড়া , প্ৰৌড়া , বৃদ্ধমাতা , বলপ্ৰদা , মহোদৰী , মুক্তকেশী , ঘোৰৰূপা , মহাবলা , অগ্নিজ্বালা , ৰৌদ্ৰমুখী , কালৰাত্ৰি , বিষ্ণুমায়া , জলোদৰী , শিৱদূতি , কৰালী , পৰমেশ্বৰী , কাত্যায়নী , সাবিত্ৰী , প্ৰত্যক্ষ , ব্ৰহ্মবদিনী , চিন্ময়ী , সিংহবাহিনী , অভয়া , পাৰ্বতী , উমা , জগদ্ধাত্ৰী , বাসন্তী , অন্নপূৰ্ণা , অম্বিকা । দুৰ্গা মাক সন্তুষ্ট কৰাৰ কেইবাটাও শক্তিশালী মন্ত্ৰ আছে , তাৰে ভিতৰত কেইটামান হৈছে , ' দুৰ্গা প্ৰণামমন্ত্ৰ ' - সৰ্বমংগলমংগল্যে মৃণালী শইকীয়া (Mrinali Saikia)
Kamrup। Maa Kamakhya। শক্তিবাদ: কামৰূপৰ ঘৰে ঘৰে
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Kamrup। Maa Kamakhya। মানুহে ঈশ্বৰক কল্পনা কৰিয়েই ক্ষান্ত থকা নাই।ঈশ্বৰ নাৰী নে পুৰুষ সেই বিতৰ্কটো মানুহে ভাগ লৈছে।ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নত নাস্তিক সকলে ঈশ্বৰক বিশ্বাস কৰা সকলক মানসিক ভাৱে দুৰ্বল বুলি অভিহিত কৰিছে।কিন্তু তাৰ বিপৰীতে বিশ্বাস আৰু বিজ্ঞানক ভেজা দি বিভিন্ন ধৰ্মৰ লোকে তত্বৰ আধাৰত বিভিন্ন ধৰণে ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে। ( Kamakhya Devi Temple) Prabodh Chandra Mishra
Durga Puja। শাৰদীয় দুৰ্গোৎসৱ
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Durga Puja । ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা উৎসৱৰ ভিতৰত দুৰ্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বোলে। শাৰদীয় উৎসৱ। প্ৰকৃতিক ভালপোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে।বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু ৰ্নিমল। বাৰিষাৰ বোকা পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি পদুম ভেটগছ আদিয়ে। বৰ্ষাত মৰহি যোৱা দূবৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। নিয়ৰৰ টোপাল পৰি শুভ্ৰ পোহৰত মুকুতা জিলিকাদি জিলিকে। পৃথিৱীৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি।
Ratan Tata: কল্পনাৰো বাহিৰত ‘ৰতন টাটা’বিহীন ভাৰত
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 10, 2024
Ratan Tata ৰতন টাটা– মানৱতাক পূজা কৰা এটা আদৰ্শৰ নাম। যুগ যুগ ধৰি কোটিজনক উপকৃত কৰি অহা ৰতন টাটাই সদায় আনৰ হৈ সপোন দেখিছিল;...
Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Durga Puja)হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ'ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অঙ্গ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ'ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।
1
...
67
68
69
...
76
Page 68 of 76
Popular
ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে
দৈনন্দিন বাৰ্তা
-
September 14, 2026