মৃত্যু

চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…

বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী, চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ লক্ষীধৰ বৰা দেউৰীয়ে(৯০) কালি বাৰ্ধক্যজনিত কাৰণত চিচিবৰগাঁওস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। চিচিবৰগাঁও গাই...

হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…

হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্তেইন এডৱাৰ্ড স্মিথৰ  দেহাৱসান ঘটিছে। বিশেষভাৱে ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী। দেওবাৰে পুৱা ৭৯ বছৰ বয়সত...

ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক। থিতাতে নিহত মামুদ জামান নামৰ স্কুলীয়া ছাত্ৰজন। গুৰুতৰভাৱে আহত ইক্রামূল হক, ইফতিকাৰ আহমেদ। আহত...

হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…

হাইলাকান্দিত ছোৱাইন ফ্লুৰ আতংকছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু ডেৰ বছৰীয়া ফাৰহানা খানমৰ মৃত্যুজিলাখনত হাইএলাৰ্ট জাৰি প্ৰশাসনৰ শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2...

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া। গুৰুতৰভাৱে আহত মহিলাসহ আন...

Popular