মৃত্যু

জাতীয়তাবাদী চিন্তাধাৰাৰ বিশিষ্ট চিন্তাবিদ, সুবক্তা বিশিষ্ট শিক্ষাবিদ, অধিবক্তা, প্ৰবীণ সাংবাদিক কেশৱ চন্দ্ৰ দত্ত আৰু নাই

অসমৰ জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ ,ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সুবক্তা ,টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধিবক্তা, সুদক্ষ ফুটবল ৰেফাৰী, ভলীবলৰ ৰেফাৰী,...

মহানগৰীত দুই যুবকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

মহানগৰীৰ হেঙেৰাবাৰীত দুজন যুবকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিছপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সমীপৰ পৰিত্যক্ত এটা...

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিহত এজন ছাত্ৰ…

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। শনিবাৰে পুৱাৰ ভাগত ‘AS01BG9710’ নম্বৰৰ পঞ্জীয়নভুক্ত চুইফট বাহনে কাষৰ...

অভিনেতা বিজয় শংকৰ শইকীয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল বিয়োগ…

পুৱাই এটা দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ। ৩৯ বছৰ বয়সতে...

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷ মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে...

Popular