মৃত্যু

চিলাপথাৰৰ শ্ৰী শ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামীৰ দেহাৱসানঃ অসংখ্য গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ মালিনী পুৰ পঞ্চায়তৰ মাদুৰিপথাৰস্থিত শ্ৰীশ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামী আৰু আমাৰ মাজত নাই। মঙলবাৰে নিশা...

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই!

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই ৷ বৰপেটাৰ দাবালীয়াপাৰাৰ নিজ বাসগৃহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে...

মেঘালয়ৰ ইষ্ট খাছি পাহাৰত ভূমিস্খলনত চাৰি নাবালক নিহত…

মেঘালয়ৰ ইষ্ট খাছি পাহাৰ জিলাৰ মাউফ্লাং চি এণ্ড আৰ ডিৰ অন্তৰ্গত লাইটলাৰেম গাঁৱত সংঘটিত হোৱা ভূমিস্খলনত চাৰি নাবালক নিহত হোৱাৰ লগতে দুজন আহত হয়। তদুপৰি...

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসান

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ শুকুৰবাৰে দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ...

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান…

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা 'শ্ৰীগুৰু' থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান। আজি পুৱা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে নেত্ৰকমল বৰঠাকুৰে প্ৰয়াত বৰঠাকুৰ আছিল...

Popular