সাহিত্য সংস্কৃতি

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান…

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অহা ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া...

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট ! ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন…

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাটকামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি আজাৰাৰ কেবাঠাইতো ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে । জিলা...

মানস প্ৰতিম দত্তৰ কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ উন্মোচন

কবি, লেখক, পৰিবেশকৰ্মী, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ নতুন কাব্যগ্ৰন্থ 'মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ' আনুষ্ঠানিকভাৱে উন্মোচন হৈ যায়।...

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন ! ১১ গৰাকী সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান…

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ 'আই লাভ ইউ'ৰ শুভ উন্মোচন মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে বঁটা প্ৰদান কৰক ১১ জন সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী...

বিশিষ্ট সাহিত্যক কনকসেন ডেকাই উন্মোচন কৰিলে দৰ্শনা বৰুৱাৰ গ্ৰন্থ ‘ভাবনাৰ কচৰৎ’

সাংবাদিক দৰ্শনা বৰুৱাৰ 'ভাবনাৰ কচৰৎ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত এটি সভাগৃহতবিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই উন্মোচন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷এই অনুষ্ঠানত...

Popular