Breaking

Browsing Category

সাহিত্য সংস্কৃতি

বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ’ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা…

১৯৪৭ চনৰ পৰা পৰম্পৰা বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ'ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা মহিলা সমিতি দক্ষ শিপিনী কুসুম বৰাক কিৰণময়ী আগৰৱালা সোঁৱৰণী জীৱনজোৰা সেৱা বঁটা প্ৰদান অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ
Read More...

কথাসূৰ্য উপাধিৰে বিভূষিত কৰা হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক…

মায়ং পবিতৰা সাহিত্য উৎসৱত কথাসূৰ্য উপাধিৰে সন্মানিত হ'ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা । বিশিষ্ট শিল্পী ড° দীনেশ বৈশ্য, শিল্পী ৰাণু বৈশ্য, সাংবাদিক ভৱেশ দাস, কবি বিপুল শৰ্মা , দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ
Read More...

কাকজানত সদৌ অসম ভিত্তিত একক ভাওনা প্ৰতিযোগিতা আৰম্ভ

মহাপুৰুষীয়া ভাওনা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা অক্ষুন্ন ৰাখি নৱদ্বীপ সাংস্কৃতিক গোষ্ঠী, কাকজানৰ উদ্যোগত আৰু বৃহত্তৰ কাকজানবাসীৰ সহযোগত আজিৰ পৰা সদৌ অসম ভিত্তিত একক ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে ।
Read More...

“গোপন কাৰ বাবে” শীৰ্ষক নাটৰ সফল মঞ্চস্থ

জাতীয় শ্বহীদ নাট্যশিল্পী বন্ধুৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিগত ২৩বছৰে ধাৰাবাহিক ভাৱে একক প্ৰচেষ্টাৰে নিজে নাটক ৰচনা আৰু পৰিচালনা কৰি দৃষ্টান্ত দেখুওৱা তেজপুৰৰ কৰুণা শইকীয়াই কালি নিশা জাতীয় শ্বহীদ ভূপেন ডেকাৰ সোঁৱৰণত নিজে
Read More...

মৰিগাঁও জিলা কাৰাগাৰত এক মনোজ্ঞ অনুষ্ঠান…

টেলেণ্ট ক্লাৱৰ সহযোগিতাত মৰিগাঁও কাৰাগাৰতবন্দীত্ব জীৱন যাপন কৰা আবাসীসকলৰ স’তে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। জিলা কাৰাগাৰৰ অধীক্ষক শ্ৰীযুত ৰঞ্জন চৌধুৰীৰ সহযোগিতাত প্ৰায় ৬৫ জন কয়দী আৱাসীৰ যোগদানেৰে কাৰাগাৰ প্ৰাঙ্গনৰ পুথিভঁৰালত ২ঘন্টীয়া
Read More...

বোকাখাতত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

বোকাখাতত 'দৈনন্দিন বাৰ্তা' গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা 'ঘৰে ঘৰে দৈনন্দিন বাৰ্তা', 'ঘৰে ঘৰে দ্যা আছাম ৰাইজিং', 'ঘৰে ঘৰে সাপ্তাহিক আলোকপ্ৰভঞ্জন' আৰু 'ঘৰে ঘৰে ডি বি নিউজ'ৰ লক্ষ্যৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত সমাজলৈ
Read More...

সাহিত্যিক পেন্সনাৰ মামণি ডেকাক উষ্ম সম্বৰ্ধনা…

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা নলবাৰী জিলাৰ বৰনৰ্দ্দীৰ গাঁৱৰ বাসিন্দা, বিশিষ্ট লেখিকা, কেইবাখনো গ্ৰন্থৰ ৰচয়িতা, সাহিত্যিক পেন্সনাৰ মামণি ডেকাক যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত
Read More...

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদান…

প্ৰতিথযশা সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদানবিশিষ্ট লোকবোধ্য বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক ডি এচ চি প্ৰদানগাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহদেশৰ উচ্চশিক্ষা খণ্ডলৈ অপৰিসীম অৱদান আগবঢ়াই অহা
Read More...

বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান…

গুৱাহাটী,৫ মাৰ্চ: বি বৰুৱা কলেজপ্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যেগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ
Read More...

নদুৱাৰ প্ৰেছ ক্লাবৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালাৰ আয়োজন…

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ঢোল আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ ৷ সংস্কৃতিৰ সাৰুৱা ভূমি জামুগুৰিহাটত অহা ১৫ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হব বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ৷
Read More...