Breaking

Browsing Category

সাহিত্য সংস্কৃতি

সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

যোৱা ৮ মাৰ্চ শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত সদৌ অসম কবি মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তথা বৰ্ষপূৰ্তি আৰু
Read More...

গ্ৰন্থ আলোচনা শুকুৰাম দাসৰ “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ…

দীৰ্ঘকাল ওকালতি আৰু প্ৰাকৃতিক চিকিৎসাৰ সৈতে জড়িত প্ৰয়াত শুকুৰাম দাসৰ সদ্য প্ৰকাশিত "কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ" কিতাপখন পঢ়িলো। নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ স্বৰ্গীয় দুৰ্গাৰাম দাস আৰু দাখৰী দাসৰ জ্যেষ্ঠ সন্তান শুকুৰাম দাস পেচাত এগৰাকী অধিবক্তা
Read More...

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ! গীত-মাতেৰে মুখৰিত…

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান গীত-মাতেৰে মুখৰিত হ'ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম খবৰে ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰাক আন্তৰ্জাতিক নাৰী
Read More...

মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱৰ লাইখুঁটা স্থাপন…

মৰিগাঁও চহৰৰ "তিৱা ফা ইন্দ্ৰসিং দেউৰী" ক্ষেত্ৰত ২৯ মাৰ্চৰ পৰা তিনিদিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা তিৱা কান্ঠিচ্যুৰি খাম অৰ্থাৎ তিৱা সাংস্কৃতিক মহোৎসৱৰ আজি জনগোষ্ঠীয় মাংগলিক কাৰ্যক্ৰমনিকাৰে লাইখুঁটা স্থাপন কৰে
Read More...

কবি-নিবন্ধকাৰ মুকুল নাথৰ জীৱন, নদী আৰু সভ্যতা’ গ্ৰন্থ উন্মোচন…

কবি-নিবন্ধকাৰ মুকুল নাথৰ ‘জীৱন, নদী আৰু সভ্যতা’ শীৰ্ষক এখনি গ্ৰন্থ অলপতে পি এম শ্ৰী ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে৷ গ্ৰন্থখন উন্মোচন কৰি প্ৰেম গগৈয়ে কয় যে, প্ৰতি সপ্তাহতে কাকতত
Read More...

ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা আৰু সাহিত্য সৌৰভ বঁটা -২০২৪/২০২৫ ঘোষণা…

ভকতশিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা আৰু সাহিত্য সৌৰভ বঁটা -২০২৪/২০২৫ ঘোষণা অসমৰ সত্ৰ সমুহৰ ভিতৰত এক অনবদ্য বৈচিত্ৰতাৰে পৰিপূৰ্ণ ওদালগুৰি জিলাৰ ডিমাকুছিৰ অন্তৰ্গত শ্ৰী মন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলিৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ,
Read More...

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ! অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা…

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা, অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা৷ এইবেলি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা আগবঢ়োৱা হৈছে ৷
Read More...

নুনমাটি সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন

বৃহত্তৰ শালবাৰী কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সহযোগত বৃহত্তৰ শালবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ প্ৰাংগণত ১৮ ফেব্ৰুৱাৰীত দিনযোৰ বৰ্ণাধ্য কাৰ্যসূচীৰে নুনমাটি সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায়।
Read More...

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস…

প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী তাৰিখে “আন্তৰ্জাতিক মাতৃভাষা দিৱস” পালন কৰা হয়৷ প্ৰথম দৃষ্টিত চাবলৈ গ’লে “মাতৃভাষা”ৰ কাৰণে এটা দিৱসৰ উদ্‌যাপনৰ প্ৰয়োজনীয়তা প্ৰশ্নবোধক হৈ পৰে৷ ক) নিজৰ মাতৃভাষাৰ বহুল প্ৰচলনৰ কাৰণে এই দিৱস? খ) নিজৰ মাতৃভাষাৰ
Read More...

জ্যোতি চিত্ৰবনত কবিতা আৰু নৃত্যৰ অপৰূপ সমাহাৰ

অসমৰ নৃত্যৰ ক্ষেত্ৰখনত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে গুণী এগৰাকী নৃত্যকৰ তথা নৃত্য পৰিচালক হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা জিন্তু বৰপুজাৰীৰ আন এক পৰিচয় হৈছে কবি। কলেজীয়া দিনৰে পৰা নৃত্যৰ সমান্তৰালভাৱে কাব্য চৰ্চা আৰু গীত ৰচনাৰে সাধনা
Read More...