সাহিত্য সংস্কৃতি

Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব

কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Bhaona Performance: কলাক্ষেŽত্ৰত ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হয় কুৰ্ম অৱতাৰ(Kurma Avatar) শীৰ্ষক এখন ভাওনা(Bhaona Performance)।সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কৰ্মী প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবৰ্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’-এ(Spandan… Shabdar Para Hridaylai) এইভাগ ভাওনা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে

Famous Play Abhijnana-Shakuntalam: মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম’ সংস্কৃততে মঞ্চস্থ

নগাঁও, ২১ অক্টোবৰ : নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শনিবাৰে সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মহাকবি কালিদাসৰ বিশ্ববিশ্রুত...

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

চৈয়দ আব্দুল মালিকৰ গল্পৰ(Drama Kathfula) মজা আৰু মোহ পূৰামাত্ৰাই ৰক্ষা কৰি পৰিচালক কুশল ডেকা আগবাঢ়িছে। মঞ্চত দেখা নাটকখন গল্পটোত সোমাই আছিল। গল্পত কোৱা কাহিনীটোৱে নাটকখনৰ পৰিৱেশ সহিতে সেই মজা আৰু মোহ সংস্থাপন কৰিছে। মূল গল্পত মালিকে(Storyteller Syed Abdul Malik) লিখিছিল, “সমুখৰ পৰা অহা ছায়াটো প্রায় মমতাজৰ সমুখেই পালেহি। সিও যেন কিবা এটা ভাবি আহিছিল। হঠাৎ মমতাজৰ ওচৰ পাই, হতভম্ব হোৱাৰ দৰে সেই আন্ধাৰৰ ছায়া মূৰ্তিটো আলিটোৰ একাষলৈ গ’ল।

Popular