Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ব্ৰিটিছ মিউজিয়ামত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী; বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি অভিভূত ! British Museum
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, অধ্যাপকৰ বিৰুদ্ধে যৌ/ন নিৰ্যাতনৰ অভিযোগ; ব্যৱস্থাৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ । Assam Don Bosco University
Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।
kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 17, 2024
দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ( kati bihu)
Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা(Significance of Kati Bihu) ।
Srimanta Sankardev’s Borgeet: সিংহলী ভাষাত পৰিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 15, 2024
অসম সন্তান অংকুৰণ দত্তৰ প্ৰশংসনীয় প্ৰয়াস । সিংহলী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'নাৰায়ণ কাহে ভকতি কৰো তেৰা’ শীৰ্ষক বৰগীতটি পৰিৱেশন (Srimanta Sankardev's Borgeet)।
Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 13, 2024
আগন্তুক ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হ'ব ভাষা গৌৰৱ সপ্তাহ(Bhasha Gaurav Saptah) ৷লগতে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতসকলকো জনোৱা হ’ব শ্ৰদ্ধা ৷অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছতে(Classical Language Status) ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
1
...
86
87
88
...
159
Page 87 of 159
Popular
বিজনীত ৰে’লৰ খুন্দাত নিহত অসম আন্দোলনৰ সক্ৰিয় নেতা
দৈনন্দিন বাৰ্তা
-
June 23, 2026