Breaking

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণতেই কীৰ্ত্তনপাৰাত চোৰৰ ছাফাই অভিযান

0 64

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰা বজাত চোৰৰ ছাফাই অভিযান।ৰাম প্ৰসাদ আৰ্যৰ আলুৰ গোডাউনত চোৰে চলাই এই চাফাই অভিযান।

মিয়া চন্দ উৰফে দুল্লু ৰাতি ১২ বজাত আলুৰ গোডাউনত চলাই ছাফাই অভিযান। বজাৰ প্ৰহৰীয়ে চোৰ জনক প্ৰত্যেক কৰি আটক কৰে। চোৰ জনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পলায় কৰিবলৈ সক্ষম হোৱা নাই।বজাৰ কমিটিয় চোৰ জনক বৰঘোলা আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে চোৰ জনে অঞ্চলটোত বহু চুৰি কাৰ্য সংঘটিত কৰিছে। জানিব পৰা মতে অঞ্চলটোত ভাং,জুয়াৰ আড্ডা সঘনাই হোৱাৰ বাবে চুৰি কায্য সংঘটিত হৈ আছে। ৰাইজে উত্তম মাধ্যম শোধাই বজাৰ কমিটিৰ সহযোগত আৰক্ষীক গতাই দিয়ে।

Leave A Reply