Breaking

ৰাজপথৰ বোকাৰ বাবেই দুৰ্ঘটনাঃ১ জন নিহত, ১০ জন আহত…

0 67

ৰাষ্ট্রীয় ঘাইপথত বোকা পৰি থকাৰ বাবে সংঘটিত এই দুৰ্ঘটনা।

নিশা পাঠশালাত ৩১ নংৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত তিনিখনকৈ বাহন।

দুৰ্ঘটনাত এজন নিহত, দহ গৰাকী লোক গুৰুতৰভাৱে আহত।

নিহত পাটাছাৰকুছিৰ বাইক আৰোহী অভিজিত সৰকাৰ।

আহত আটাইকেইজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ

Leave A Reply