Breaking

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু ,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট

0 2,064

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট

নিশা ডেৰ বজাত জিএমচিএইচত চাডেন ভিজিট স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ প্ৰতিটো মহলাত তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো জিএমচিএইচত নিশা নাই জ্যেষ্ঠ চিকিৎসক ৷ ক্ষোভিত হৈ পৰে স্বাস্থ্যমন্ত্ৰী ৷

সোমবাৰে ১২ জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে জিএম চিএইচত ৷ পৰৱৰ্তী পৰ্যাত জিএমচিএইচৰ ক্ৰুটি সমূহৰ বিষযে পৰ্যালোচনা কৰা হ’ব ৷

শিশুৰ বাবে ৩০০ খন বিচনা সাজু আছে জিএমচিএইচত ৷ বৰ্তমানলৈ কোভিডৰ তৃতীয় ঢৌ অহা নাই ৷সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত স্বাস্থ্য বিভাগ ৷

Leave A Reply