Breaking

লাহৰীঘাটৰ কাঠনিত ঘৰুৱা শিক্ষকে ধৰ্ষণ কৰিলে ৯ বছৰীয়া কন্যা শিশুক

0 2,098

মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে শিশু কন্যা ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা । ঘৰুৱা শিক্ষকে ধৰ্ষণ হ’ল এটি ৯ বছৰীয়া শিশুক । ঘটনাটো লাহৰীঘাটৰ কাঠনিৰ । ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পদ চৰিত্ৰৰ ঘৰুবা শিক্ষক ছৰিফুল ইছলামে । ইতিমধ্যে ৰ্নিযাতিতা কন্যা শিশুটিৰ পিতৃৰ এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে লাহৰীঘাট আৰক্ষীয়ে ।

Leave A Reply