কোৰোণা ভাইৰাছৰ উত্পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।
নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা উল্লেখ কৰিছে দেশ খনৰ স্বাস্থ্য বিভাগে।
“চীনৰ ছিচুৱান প্ৰদেশৰ জিজঙৰ এখন সৰু ল’ৰা ছোৱালীৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল বমি কৰি অসুস্থ হৈ পৰিছিল। আৰু তেতিয়াই পৰীক্ষাৰ নিৰীক্ষাৰ অন্তত এই নতুন ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল” : গ্লোৱেল টাইমছৰ ।
প্ৰায় ৫০ গৰাকী শিশু বৰ্তমানলৈ আক্ৰান্ত হৈছে নোৰো ভাইৰাছত। বিশেষজ্ঞ চিকিত্সকে কোৱা মতে, এই ভাইৰাছৰ সংক্ৰমণ কোৰোণা ভাইৰাছতকৈও ভয়াৱহ। এই ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণ হ’ল বমি আৰু ডায়েৰিয়া। আক্ৰান্ত ৰোগীয়ে সময়ত চিকিত্সা লাভ নকৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…