দেওমৰনৈ, ৮ ডিচেম্বৰ: দৰং জিলাৰ দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন দিনজোৰা কায্যসুচীৰে সম্পন্ন হয় ৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ সাংবাদিক সন্থাৰ সভাপতি নৱজিত শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাৰ পূৰ্বে বিষয়বাছনি সভাত আগন্তুক কাৰ্য্যকালৰ বাবে আছাম টকছ ৰ ছিপাঝাৰৰ সাংবাদিক দুলাল হাজৰিকাক সভাপতি উপসভাপতি নিকুঞ্জ কাশ্যপ, প্ৰতিদিন কাকতৰ সাংবাদিক দিব্যজোতি শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিটি গঠন কৰে ৷ উপদেষ্টা হিচাবে ডাঃ কমলা কান্ত শৰ্মা, নবজিৎ শৰ্মা ৷ সদস্য ক্ৰমে পংকজ শৰ্মা, কৌশিক ভৰদ্বাজ, ৰত্নেশ্বৰ চহৰীয়া, সাৰংগপানি ইত্যাদি ৷ আনহাতে উক্ত সভাত ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কেে কিচু গুৰুত্বপূৰ্ন প্ৰস্তাব গ্ৰহন কৰা বুলি নৱনিৰ্বাচিত সভাপতি দুলাল হাজৰিকাই জানিব দিয়ে ৷ উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াক দেওমৰনৈ সাংবাদিক সন্থাই মুকলি সভাত সম্বৰ্ধনাও জ্ঞাপন কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…