বিলাসীপাৰা, ১০ ডিচেম্বৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বিউটি জেচমিনা বেগমৰ গধুৰ দায়াবদ্ধতাৰ ফলত এম জি এনৰেখাঁ আঁচনিৰ আজি একে দিনাই কাজাইকাটা চতুৰ্থ খণ্ডত দুটা আৰু ছুৱাপাতা চতুৰ্থ খণ্ডত তিনিটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, ইঞ্জিনিয়াৰ আকিদুল ইছলাম,এ আই ইউ ডি এফ দলৰ জিলা কমিটিৰ উপ-সভাপতি তথা কাজাইকাটা সমবয় সমিতিৰ চেয়াৰমেনৰ শ্বেখ আবুল হাসেম,এ আই ইউ ডি এফ দলৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ সমষ্টি কমিটিৰ সম্পাদক ছাদেক আলী আহমেদ,আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হোসেন, আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ নমনি লুৎফৰ ৰহমান আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…