April 1, 2024 ঢকুৱাখনাত জলাশয়, বিল আৰু নদীত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা… Share FacebookTwitterWhatsAppTelegramKooEmail ঢকুৱাখনাত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা। ১ এপ্ৰিল-১৫ জুলাইলৈ ১৪৪ ধাৰা জাৰি। মাছৰ প্ৰজননৰ এই সময়ছোৱাত জলাশয়, বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰশাসনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025 দৈনন্দিন বাৰ্তা - August 14, 2025 নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon দৈনন্দিন বাৰ্তা - August 12, 2025 বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ, তালিকা প্ৰকাশ ! APCC দৈনন্দিন বাৰ্তা - August 12, 2025