April 19, 2024 ভোটাধিকাৰ সাব্যস্ত বিধায়ক বিশ্বজিৎ ফুকনৰ… Share FacebookTwitterWhatsAppTelegramKooEmail অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷ নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ সৈতে ভোট দান কৰে বিধায়ক ফুকনে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ দৈনন্দিন বাৰ্তা - October 20, 2026 নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন দৈনন্দিন বাৰ্তা - October 20, 2026 দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী ‘কলম’ দৈনন্দিন বাৰ্তা - October 19, 2026