May 25, 2024 ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি… Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি। ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা। বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটী মহানগৰীত অপহৰণৰ ঘটনাঃ বিৰুবাৰীৰ পৰা অপহৰণ এজনক দৈনন্দিন বাৰ্তা - September 11, 2026 অভিশপ্ত ১৯ ছেপ্টেম্বৰ আৰু জুবিনবিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে দৈনন্দিন বাৰ্তা - September 11, 2026 আজি ৰাষ্ট্ৰজুৰি ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ ধৰ্মঘট দৈনন্দিন বাৰ্তা - September 11, 2026