December 31, 2020 অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা । Author: দৈনন্দিন বাৰ্তা Related Articles শ্ৰমিক দিৱসৰ দিনাই অঘটনঃ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে চাহ শ্ৰমিকে দৈনন্দিন বাৰ্তা - May 1, 2026 মেগা নৰ্থ ইষ্ট গট টেলেন্টত উজলিল দৌলাশালৰ কশিলয় বৈশ্য দৈনন্দিন বাৰ্তা - May 1, 2026 মঙলদৈ আদালত চৌহদত মুখ্য ন্যায়িক দণ্ডাধীশৰ নৱ নিৰ্মিত আদালত ভৱনৰ দ্বাৰ উন্মোচন দৈনন্দিন বাৰ্তা - May 1, 2026